অসম-নাগালেণ্ডৰ প্ৰতিবেশী গাঁওসমূহৰ সম্পৰ্ক উন্নীতকৰণৰ এক শক্তিশালী মঞ্চ গঢ়ি তোলাৰ উদ্দেশ্য ২০০৩ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল সম্প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা ।